দেওবাৰে মাজুলীলৈ যাব জগদীশ মুখী

 05/28/2022 - 20:03


নিউজ ডেস্কঃ দেওবাৰে মাজুলীলৈ যাব ৰাজ্যপাল জগদীশ মুখী। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ লগতে দক্ষিণপাট সত্ৰ দৰ্শন কৰিব ৰাজ্যপালগৰাকীয়ে। চামগুৰি সত্ৰত মুখা শিল্প দৰ্শন কৰাৰ লগতে উপভোগ কৰিব এখন মুখ ভাওনা। দ্বিতীয় দিনা গড়মূৰস্থিত পিতাম্বৰদেৱ গাৰ্লছ হাইস্কুলত অনুষ্ঠিত হ’ব লগা গৱৰ্নৰ গাৰ্লছ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধন কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।