যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা চালকৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহন বিভাগ

 05/29/2022 - 13:39
 
 
 
নিউজ ডেস্কঃ ৰেপিড', ওলা, উবেৰ চালকে অধিক ভাৰা বিচাৰিলেই অভিযোগ দিব পাৰিব পৰিবহন বিভাগৰ হেল্পলাইন নম্বৰত। যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা এনে চালকৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহন বিভাগ। অভিযোগ দিয়ক ৯৫৩১১০৭৪৮২ নম্বৰত। যাত্ৰীক দুৰ্ব্যৱহাৰ কৰিলেও দিব পাৰিব এই নম্বৰত অভিযোগ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.