05/29/2022 - 17:50
in
নিউজ ডেস্কঃ পুনৰ মূল্যবৃদ্ধি। ১ জুনৰ পৰা দাম বাঢ়িব বেকাৰীৰ বিস্কুট-কেক-ব্ৰেডৰ । অন্যান্য বেকাৰীৰ সামগ্ৰীৰো দাম বাঢ়িব। ৩০% ৰ পৰা ৫০% লৈ বাঢ়িব দাম। দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে লৱাৰ আছাম বিস্কুত বেকাৰী ওৱনাৰ এছচিয়েশ্যনে। আন এক মাধমাৰ জনতাৰ ওপৰত।