কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী

 05/30/2022 - 14:24

 

নিউজ ডেস্কঃ কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ kaac নিৰ্বাচনত মাৰাথন প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে৷৫ দিনত ১৯ খন সভাত প্ৰচাৰ চলাব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।