05/30/2022 - 14:33
in
কামপুৰঃ কামপুৰত বানাক্ৰান্ত ৰাইজলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বান সাহায্য বিতৰণ। বানপানী সম্পৰ্কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ প্ৰতিক্ৰিয়া।
বান সাহায্য বিতৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ। নদীবান্ধ সম্পৰ্কতো বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ। চৰকাৰে ময়মতালিয়ে কাম কৰাৰ অভিযোগ।