by PratibimbaLive 05/31/2022 - 15:36 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ ২ জুনলৈ অসমত হ’ব ধাৰাষাৰ বৰষুণ! বজ্ৰপাত,ধুমুহা-বতাহৰ সৈতে প্ৰবল বৰষুণৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী।অসমৰ লগতে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাত। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।