সতৰ্কবাণী! আগন্তুক ৫ দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ

 06/03/2022 - 20:06
 
 
নিউজ ডেস্কঃ আগন্তুক ৫ দিনলৈ ৰাজ্যত হ'ব প্ৰৱল বৰষুণ৷ মৌচুমী বায়ুৰ বাবে অসম-মেঘালয়ত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা৷নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ উত্তৰ-পূৱত বাৰিষাৰ আগমণ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।