হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰত শীৰ্ষত ধেমাজি জিলা,নিম্ন হাৰ হোজাইত

 06/07/2022 - 17:08

 

নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰত শীৰ্ষত ধেমাজি জিলা। উত্তীৰ্ণৰ নিম্ন হাৰ হোজাইত। ২০২২ ত উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।২০২১ চনত উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১০ শতাংশ। ধেমাজিৰ উত্তীৰ্ণৰ হাৰ ৮৫.৪৬ শতাংশ।হোজাইত উত্তীৰ্ণৰ হাৰ ৩৭.২৯ শতাংশ।প্ৰথম বিভাগত উৰ্ত্তীণ ৬৫,১৭৬ জন। দ্বিতীয় বিভাগত ৯৯,৮৫৪ জন উত্তীৰ্ণ।তৃতীয় বিভাগত উত্তীৰ্ণ ৬৪,১০১ জন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.