দেশত পুনৰ বৃদ্ধি পাইছে কʼৰণাৰ সংক্ৰমণ

 06/08/2022 - 14:23

 

নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কʼৰণাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ৫২৩৩ জন লোক আক্ৰান্ত কʼৰণাত। মৃত্যু হয় ৭ জন লোকৰ।মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত কʼৰণাত। ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ১৮৮১ জন লোক আক্ৰান্ত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।