কাইলৈ বিয়লি ৩ বজাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

 06/08/2022 - 19:21


নিউজ ডেস্কঃ কাইলৈ বিয়লি ৩ বজাত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপতগ্ৰহণ। মন্ত্ৰীৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোছা।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।