কেন্সাৰৰ দ্বাৰা আক্ৰান্ত অভিনেত্ৰী মহিমা চৌধাৰী

 06/09/2022 - 15:41
 
 
নিউজ ডেস্কঃ কেন্সাৰৰ দ্বাৰা আক্ৰান্ত অভিনেত্ৰী মহিমা চৌধাৰী। স্তন কেন্সাৰৰ দ্বাৰা আক্ৰান্ত অভিনেত্ৰী মহিমা চৌধাৰী। ভৰতীয় চিনেমাত মহিমা চৌধাৰীৰ অবদান অতুলনীয়। ছুপাৰ হিট ছবি বাঘৱান, পৰদেশ, লজ্জ্বাৰ দৰে ছবিত দুৰ্দান্ত অভিনয় কৰিছিল মহিমা চৌধাৰীয়ে। অনুপম খেৰৰ সৈতে হোৱা এক কথোপকথনত মহিমা চৌধাৰীয়ে জনালে এই কথা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।