কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিৰ

 06/15/2022 - 14:38
 
 
 
নিউজ ডেস্কঃ কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী খৰছিং ইংতিৰ৷ কাৰ্বিআঙলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিপৰ্যয়ৰ পিছতে ঘোষণা৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।