06/19/2022 - 15:49
in
শালবাৰীঃ বাক্সাৰ শালবাৰীত মন্ত্ৰী পিয়ুষ হাজৰিকা। শালবাৰীৰ এলেঙমাৰীত বেকী নৈৰ খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ৷ নবেম্বৰ মাহত খহনীয়াৰ স্থায়ী সমাধান কৰাৰ আশ্বাস।
বিটিআৰবাসীৰ লগত বিপদৰ সময়ত আছোঁ। ভাল দিনটো থাকিম বেয়া দিনটো থাকিম৷ এলেঙামাৰীৰ বাবে ৫ কৌটি টকা ইতিমধ্যে ধাৰ্য কৰা হৈছে৷