কাইলৈৰ পৰা অম্বুবাচী মেলা

 06/21/2022 - 15:39

 

নিউজ ডেস্কঃ কাইলৈৰ পৰা অম্বুবাচী মেলা। উৎসৱমুখৰ হৈ পৰিছে নীলাচল পাহাৰ। নীলাচলৰ বুকুত এতিয়া মা কামাখ্যাক পূজা–অচৰ্না দিবলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা বৈছে ভক্তৰ লানি নিছিগা স্ৰোত। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।