ক্ৰমাত বৃদ্ধি পাইছে কʼৰণাৰ সংক্ৰমণ

 06/22/2022 - 14:03
 
 
নিউজ ডেস্কঃ ক্ৰমাত বৃদ্ধি পাইছে কʼৰণাৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ১২,২৪৯ গৰাকীৰ দেহত নতুনকৈ ক’ভিড পজিটিভ৷বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭৯,৩১৩ গৰাকী৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।