06/25/2022 - 18:53
in
কোকৰাঝাৰঃ তেতেলীগুৰী, বেতানী, বোৱাগুৰী, ঢেপঢেপী, লামাপাৰা আৰু নয়াছৰা গাঁৱত লোঙা আৰু গোংগেয়া নৈৰ গৰাখহনীয়াৰ কবলত পৰা ঠাইসমূহ পৰিদৰ্শন ২৯ নং পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ। গঢ়াখহনীয়া পৰিদৰ্শন কৰি সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগতে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতো আলোচনা কৰিব বুলিব সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।