06/26/2022 - 14:23
in
কামপুৰঃ বানে খহাই নিয়া কামপুৰ আৰু কঠিয়াতলী পথৰ মেৰামতিৰ কাম আজিৰ পৰা আৰম্ভ কৰিছে গড়কাপ্তানী বিভাগে। উল্লেখ্য যে হৈ যোৱা দুটাকৈ প্ৰলংয়কাৰী বানে পথটোৰ বিভিন্ন অংশত খহাই লৈ গৈছিল। যাৰ বাবে পথটোৰে যাতায়ত সম্পূৰ্ণ ৰূপে বিধস্ত হৈ যাতায়ত বন্ধ হৈ পৰে। যাৰ কাৰণে পথটোৰ মেৰামতিৰ কাম আজিৰ পৰা প্ৰশাসনে হাতত লৈছে। স্থানীয়লোকে পথটো ভগ্ন অংশ স্থায়ী মেৰামতিৰ দাবী কৰিছে।