by PratibimbaLive 06/28/2022 - 15:51 in ৰাজ্য 0 Comment নিউজ ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী৷ আগন্তুক ৫ দিনত ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ৷ বৰষুণৰ লগতে শিলাবৃষ্টি আৰু গাজনিও অহাৰ সম্ভাৱনা৷ অসমকে ধৰি উত্তৰ-পূৱৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা৷ প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।