কামপুুৰৰ বানাক্ৰান্তৰ মাজত মন্ত্ৰী অতুল বৰা

 06/28/2022 - 20:24
 
 
কামপুুৰঃ কামপুুৰৰ বানাক্ৰান্তৰ মাজত কৃষি মন্ত্ৰী অতুল বৰা৷ বানাক্ৰান্তক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি। কৃষকক কঠীয়া যোগান ধৰিব চৰকাৰৰ কৃষি বিভাগে। বানপানীৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে কাম কৰিব। মন্ত্ৰীজনে বানাক্ৰান্ত সকললৈ চৰকাৰে বাচন-বৰ্তন কিনিবৰ বাবে চৰকাৰে আগবঢ়োৱা ৩;৮০০ টকাৰ চেক বিতৰণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।