ঢকুৱাখনাৰ ঘিলামৰা চাকুলী হৰি মন্দিৰত হৰি হৰ যুদ্ধ বান পৰাজয় ভাওনা প্ৰদৰ্শন

 07/01/2022 - 13:12
 
ঢকুৱাখনাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ভাওনা প্ৰদৰ্শন। সমান্তৰালভাৱে ঢকুৱাখনাৰ ঘিলামৰা চাকুলীত বৃহস্পতিবাৰে নিশা প্ৰদৰ্শন কৰে হৰি হৰ যুদ্ধ বান পৰাজয়। চাকুলী গাঁৱৰ শিল্পী সমাজৰ লগতে সমূহ ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় ভাওনা খনিৰ। ভাওনা চাবলৈ শিল দল ভাঙি ওলাই আহিল ৰাইজ। আটক ধুনীয়াকৈ কৰা ভাওনাৰ অভিনয়ে উপস্থিত থকা কেইবা শতাধিক দৰ্শকক আমোদ দিবলৈ সক্ষম হয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।