মুকুতাৰ আঙুঠিৰ পিন্ধাৰ পূৰ্বে জানক এই ছয়টা গুৰুত্বপূৰ্ণ কথা..

 07/07/2022 - 14:28
 
 
 
নিউজ ডেস্কঃ মুকুতাৰ আঙুঠিৰ পিন্ধাৰ পূৰ্বে জানক এই ছয়টা গুৰুত্বপূৰ্ণ কথা৷ আমি সকলোৱে বিশ্বাস কৰোঁ মুকুতাই মন শান্ত কৰি ৰাখে৷ চঞ্চল মনক স্থিৰতা প্ৰদান কৰে মুকুতাৰ আঙুঠিয়ে৷ কিন্তু পিন্ধিব নজনাৰ বাবে হিতৰ বিপৰীতে অপকাৰ কৰে মুকুতাৰ আঙুঠিয়ে৷ জানো আহক মুকুতাৰ আঙুঠি পিন্ধাৰ পূৰ্বে কি কি দিশ চোৱাৰ দৰকাৰ৷
 
১.মুকুতাৰ আঙুঠি সদায় সোঁ-হাতৰ অনামিকা আঙুলিত পিন্ধিব লাগে৷
 
২. মুকুতাটোৱে আপোনাৰ চালখন স্পৰ্শ কৰি থাকিব লাগে৷
 
৩. মুকুতাৰ ওজন নুন্যতম ৭-৮ ৰতি হোৱাটো দৰকাৰ৷
 
৪. আঙুঠি পিন্ধাৰ পূৰ্বে গংগা জল নতুবা গৰু গাখীৰত দহ মিনিট ডুবাই থব লাগে৷
 
৫. মুকুতা আঙুঠি প্ৰথম গ্ৰহণ কৰাৰ সময় শুক্ল পক্ষৰ সোমবাৰে দিনৰ ভাগত পিন্ধিব লাগে৷
 
৬. মুকুতাৰ আঙুঠি প্ৰতিবাৰ পিন্ধা সময়ত এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগে৷ ঔম চন্দ্ৰায়া নমঃ ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।