ধেনুখনা সংগীত সূৰ্য ৰংগমঞ্চত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ৪০০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা

 07/21/2022 - 19:40
 
 
 
 
 
 
 
 
 
ঢকুৱাখনাঃ আজি তাই সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনা আৰু মাছখোৱা সীমামূৰীয়া ধেনুখনা সংগীত সূৰ্য ৰঙ্গমঞ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক হয় সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত তাই আহোম ছাত্ৰ সন্থাৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।