গহপুৰৰ কণীবৰী ষ্টেডিয়ামত আন্তঃআৰক্ষী ফুটবল প্ৰতিযোগিতা

 08/03/2022 - 19:51
 
 
 গহপুৰঃ বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনৰ এক প্ৰথম প্ৰয়াসেৰে আন্তঃআৰক্ষী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ,গহপুৰৰ কণীবৰী ষ্টেডিয়ামত। হেলেম আৰক্ষী দল আৰু গহপুৰ আৰক্ষী দলৰ মাজত অনুষ্ঠিত হোৱা উত্তেজনাপূৰ্ণ খেলখনত ২-৪ ব্যৱধানত গহপুৰ আৰক্ষী জয়ী হয়। এই খেলখন উপভোগ কৰে, বিশ্বনাথ জিলা প্ৰশাসনৰ সমূহ আৰক্ষী বিষয়া আৰু ক্ৰিয়াপ্ৰেমী লোকসকলে।      
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।