09/11/2022 - 19:36
in
অসম জাতীয় পৰিষদ, ধেমাজি জিলা সমিতিৰ উদ্যোগত জাতীয় যুৱ শক্তিৰ ধেমাজিৰ জিলা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই সভাত জাতীয় দলৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে শাসনাধীন চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে৷ লগতে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায়।