বাক্সাৰ বাৰাপেটাত ভিচিডিচিৰ সদস্য-সদস্যাসকলৰ লগত মত বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

 09/18/2022 - 15:48

 

শালবাৰীঃ বিদ্যুত বিল বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য৷ বিদ্যুত সম্পৰ্কে গঠন কৰি দিয়া হৈছে এখন উচ্চস্তৰীয় কমিটী৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১৪ লাখৰ ৭ সম্পূৰ্ণ হৈছে৷ জয়া কলিতাই বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ ওপৰত অনা অভিযোগ সম্পৰ্কে সভাপতিয়ে স্পষ্টীকৰণ দিয়া বুলি দোহাৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি সলনি সম্পৰ্কে একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সম্বন্ধত মন্ত্ৰী গৰাকীৰ মন্তব্যঃ সংবাদ মাধ্যমৰ মতে বিজেপি নচলে৷প্ৰধানমন্ত্ৰীৰ সবকা সাথ সবকা বিশ্বাসে পুনৰ দিল্লীৰ মচনদ দখল কৰিব বিজেপিয়ে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।