ঠাণ্ডা দিনত আপোনাৰ ছালখন উজ্জ্বল কৰি ৰাখিব বিচাৰে নেকি?

 11/10/2022 - 14:02
এখন উজ্জ্বল তথা মসৃণ ছাল সকলোৱে বিচাৰে৷ এতিয়া লাহে লাহে ধৰালৈ নামিছে শীত৷ শীতৰ আগমণে ৰুক্ষ কৰি পেলাই মানুহৰ ছালখন৷ এফালে প্ৰদূষণ আনফালে আমাৰ খাদ্যভাষ৷ প্ৰতিটো কাৰকেই নষ্ট কৰে আমাৰ ছালৰ উজ্জ্বলতা৷ আপোনাৰ ছালখন উজ্জ্বল কৰি ৰখাৰ তিনিটা সহজ উপায়৷ ১. নিতৌ অধিক পৰিমাণে পানী আৰু ফলৰ ৰস সেৱন কৰক৷২.প্ৰত্যেক নিশা শোৱাৰ পূৰ্বে মুখখন ভালদৰে ধুই নাৰিকল তেলেৰে মুখখন মালিচ কৰক৷ পুৱা ভালদৰে গোলাপ জলেৰে ধুই দিয়ক৷৩. গাজৰ আৰু বিটৰ ৰস ছাল উজ্জ্বল কৰাৰ বাবে মহৌষধি৷ 
ঠাণ্ডাৰ দিনকেইটাত ছালখনত moisturizer লগাবলৈ নাপাহৰিব৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।