অচ্যুত ভৱনৰ প্ৰাংগণত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা

 11/13/2022 - 15:51
 
 
টীয়কঃ বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্মস্থান টীয়কৰ অচ্যুত ভৱনৰ প্ৰাংগনত ৰাজহুৱাভাৱে এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। চিত্ৰশিল্পী জনাৰ জীৱনৰ অনুপম সৃষ্টিৰাজীৰ গুণানোকীৰ্তন কৰি টীয়কৰ ঘৰখন জীপাল কৰি তুলিলে। আজি এই স্মৃতিচাৰণ সভাখনত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ভাতৃ সুনীল পৱন বৰুৱা বিশেষ ভাৱে উপস্থিত থাকি চিত্ৰশিল্পীগৰাকীৰ বহু স্মৃতি ৰোমন্থন কৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।