নাজিৰাত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন

 11/18/2022 - 18:35

 


নাজিৰাঃ নাজিৰাত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন। আজি পৰা ১৮, ১৯ আৰু ২০ নৱেম্বৰ তাৰিখত তিনিদিনীয়া কাৰ্যসূচীৰে নাজিৰা মেকিপুৰ চাহ-বাগিচাৰ খেল পথাৰত অনুষ্ঠিত হৈছে এই অধিবেশন। কেন্দ্ৰীয় সমিতিৰ পতাকাকে ধৰি ১৫ খন জিলাৰ প্ৰতিনিধিৰ উপস্থিতিত ১৬ খনকৈ পতাকা উত্তোলন কৰা হয়। প্ৰায় ১০ হাজাৰ অধিক লোকৰ সমাগম ঘটিব বুলি আশাবাদী উদযাপন সমিতি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।