ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা

 11/21/2022 - 17:06

 


ধুবুৰীঃ অহা ২৪ নৱেম্বৰত সমগ্ৰ অসমত উদযাপন হ'বলগীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ধুবুৰী জিলাতো জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি লোৱা দেখা গৈছে। বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত বক্তৃতা আৰু স্বেচ্ছাসেৱী সংগঠনে থলুৱাভাৱে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ বাবে বিপনি খোলাৰো ব্যৱস্থা কৰা হৈছে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.