ঘিলামৰাত ডেন মাল্টিপাৰপাচ এগ্ৰিকালচাৰ পডিউচাৰ কোম্পানী লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

 11/29/2022 - 12:52

 

ঢকুৱাখনাঃ আজি ঘিলামৰাৰ দেৱলীয়া গাঁও কৃষ্টিভৱন প্ৰাংগণত ঘিলামৰাত ডেন মাল্টিপাৰপাচ এগ্ৰিকালচাৰ পডিউচাৰ কোম্পানী লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাখনি আজি অনুষ্ঠিত হয়। সভাখনত agriculture পডিউছাৰ কোম্পানীৰ বিষয় ববীয়াসকল উপস্থিত থকাৰ লগতে ঢকুৱাখনাৰ ৰেচন বিভাগৰ অধীক্ষক ,দেৱলীয়া ঘিলামৰাৰ বিভিন্ন অঞ্চলৰ বহু পুৰুষ-মহিলা উপস্থিত থাকে। আৰু অনাগত দিনত ঘিলামৰাত ডেন মাল্টিপাৰপাচ এগ্ৰীকালচাৰ পডিউচাৰ কোম্পানীয়ে কেনেধৰণে আগবাঢ়ি যাব সেই সন্দৰ্ভত এনেদৰে মন্ত্যৱ আগবঢ়াই ডেন মাল্টিপাৰপাছ agriculture পডিউছাৰ কোম্পানী কৰ্মী শৈলেন দত্তই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।