ঢকুৱাখনা ঘিলামৰাৰ পাৰঘাট নামঘৰত ভাওনা প্ৰদৰ্শন

 12/01/2022 - 09:51

 

 

ঢকুৱাখনাঃ নাৰদৰ ব্ৰহ্ম তত্ব লাভ।বেদব্ৰতী উপাখ্যান ভাওনা প্ৰদৰ্শন। বুধবাৰে ঘিলামৰাৰ পাৰঘাট নামঘৰত প্ৰদক্ষিত হয় ভাওনাখনিৰ। বুধবাৰে নিশা ভাওনা উপভোগ কৰিবলৈ ঢকুৱাখনা ঘিলামৰাৰ অজস্ৰ ৰাইজে হিল দল ভাঙি ওলাই অহা পৰিলক্ষিত হয়। বেদব্ৰতী উপাখ্যান ভাওনাখনি স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰে। মহাপুৰুষ জনাৰ অমৰ সৃষ্টি ভাওনা চাবলৈ ঢকুৱাখনা ঘিলামৰাৰ ভিন্ন পান্তৰ কেইবা শতাধিক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়। নাটখনিৰ সকলো চৰিত্ৰই মোহিত কৰিলে ভাওনা প্ৰেমী ৰাইজক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।