12/06/2022 - 14:42
in
ঢকুৱাখনাঃ পাৰঘাট গাঁৱত মৎস্য অৱতাৰ, শীৰ্ষক ভাওনা প্ৰদৰ্শন। ভাওনা চাবলৈ হিলদল ভাঙি ওলাই আহিল ৰাইজ। মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনাই মুহিলে ঢকুৱাখনাৰ পাৰঘাট গাঁৱৰ অগণন ভাওনা প্ৰেমী ৰাইজক। সোমবাৰে নিশা পাৰঘাট গাঁৱৰ হৰি মন্দিৰত প্ৰদৰ্শন কৰিলে 'মৎস্য অৱতাৰ শীৰ্ষক ভাওনা খনি। ভাৰতীয় সেনা জগত দাসে আগবঢ়োৱা ভাওনাখনিয়ে মুহিত কৰিবলৈ সক্ষম হ'ল অগণন দৰ্শকক।