কামপুৰ আঞ্চলিক যুৱক সমাজৰ উদ্যোগত অনুষ্ঠিত ভাগৱত পাঠ(ব্যাখ্যা)

 12/24/2022 - 14:59

 

কামপুৰঃ কামপুৰ কেন্দ্ৰীয় নামঘৰত দশম বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠান অনুষ্ঠিত হ’ব অহা ২৫ ৰ পৰা ২৮ ডিচেম্বৰলৈ। ইতিমধ্যে উদ্যোক্তা কামপুৰ আঞ্চলিক যুৱক সমাজে ব্যাপক প্ৰস্তুতি চলাইছে এই অনুষ্ঠানকলৈ। উদ্যোক্তা যুৱ সমাজে সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.