বৰপেটাত জাকিৰ হুছেইন শিকদাৰৰ সংবাদ মেল

 01/11/2023 - 19:32

বৰপেটাঃ এ আই ইউ ডি এফৰ নেতা পালি নেতাই কংগ্ৰেছৰ সতে মিত্ৰতা আছে বুলি দাবী কৰি আহিছে৷
• ইউ পি এ ত এ আই ইউ ডি এফ নাই- এই কথা স্পষ্ট কৰি দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে৷
• মিত্ৰতাৰ গুণ আজমলৰ গাত নাই৷ তেওঁ সুবিধাবাদী মানুহ৷
• যোৱা নিৰ্বাচনত কংগ্ৰেছৰ লগত মিত্ৰতা নহলে এটা ছিটটো এ আই ইউ ডি এফ নিজিকিলে হয়৷
• আজমলে আমাক মিত্ৰতাৰ বাবে কামুৰি আছে৷
• অসমৰ মুছলমান বদৰুদ্দিন আজমলৰ কৰ্মচাৰী নহয়৷
• আজমলৰ আচাৰ ব্যৱহাৰ বেয়া৷ আজমল সভ্য নহয়৷
• বদৰুদ্দিন আজমল হতাশাত ভুগিছে৷
• আজমলে মানসিকভাৱে কষ্ট পাই আছে আৰু সেইবাবে তেওঁ ৰাজহুৱাভাৱে কিছুমান দৃষ্টিকটু আচৰণ কৰি আহিছে৷
• আজমলে কংগ্ৰেছৰ লগত থাকি কংগ্ৰেছক চুৰিৰে আঘাত কৰে৷
• আজমলে যিমান দামী চাবোনেৰে গা নুধুওক কিয় তেওঁৰ গাত বিজেপি বিজেপি গোন্ধই থাকিব৷
• আজমল দুৰ্বল হৈছে৷
• আজমলে অসমত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে৷
• এ আই ইউ ডি এফৰ গাত নাই বন্ধুত্বৰ গুণ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।