চতিয়াৰ মূলাগাভৰু মৈদামত বনে-ফি অনুষ্ঠান সম্পন্ন

 01/25/2023 - 11:56
 
 
 
জামুগুৰিহাটঃ আহোম জাতীয় মহা সভাৰ উদ্যোগত জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ ঐতিহাসিক মুলাগাভৰু মৈদামত ৩১ জানুৱাৰীত অনুষ্ঠিত হৱ মেডাম মেফি। এই উপলক্ষে মেডাম মেফিৰ আগে আগে পূৰ্বপুৰুষসকলক স্মৰণ কৰা আহোম সকলৰ ৰীতি মতেই ধৰ্মীয় পৰম্পৰাগতভাৱে বনে-ফি অনুষ্ঠান অনুষ্ঠিত হয়। এই ধৰ্মীয় পৰম্পৰাগত অনুষ্ঠানত আহোম মহাসভাৰ বিশ্বনাথ জিলাৰ নেতৃত্বৰ লগতে চতিয়া অঞ্চলটোত ৰাইজে অংশগ্ৰহণ কৰে।আহোম মহাসভাৰ বিশ্বনাথ জিলাৰ নেতৃত্ব‌ই আগুন্তুক মেডাম মেফিৰ অনুষ্ঠানত সকলো ৰাইজৰ সহযোগীতা কামানা কৰিছে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.