গণেশ পূজা উপলক্ষে বাক্সাৰ বাৰাপেটা নিজডাকুৱাত ভক্তৰ ভিৰ

 01/25/2023 - 15:29
 
 
শালবাৰীঃ আজি গণেশ চতুৰ্থী। গণেশ চতুৰ্থী উপলক্ষে উখল-মাখল ৰাজ্যৰ চৌদিশ। সমান্তৰালভাৱে বাক্সাৰ বাৰাপেটা নিজডাকুৱাত গণেশ মন্দিৰ প্ৰাংগণত আয়োজন গণেশ পূজাৰ। পুৱাৰ পৰাই মাংগলিক ৰীতি-নীতিৰে বাবা গণেশক আৰাধনা কৰাৰ উদ্দেশ্যে ভিৰ কৰিছে ভক্তই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।