যগদৈত পশু চিকিৎসা কেন্দ্ৰৰ আধাৰশিলা স্থাপন ই এম অৰূপ কুমাৰ দে’ ৰ

 01/25/2023 - 18:34
 
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ণ খণ্ডৰ অধিন যগদৈ মেচপাৰা গাঁৱত পশু চিকিৎসা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ইএম অৰূপ কুমাৰ দে’। উক্ত অনুষ্ঠানত চিথিলা ভিছিডিছিৰ অধ্যক্ষ কনকেশ্বৰ ৰায়, যগদৈ ভিছিডিছিৰ অধ্যক্ষ কনক বৰ্মন, প্ৰতাপখাতা ভিছিডিছিৰ অধ্যক্ষ খৰ্গেশ্বৰ নাথ আদিৰ লগতে যগদৈ মেছপাৰা গাঁৱৰ গাঁওবুঢ়া কৃষ্ণ বসুমাতাৰী আৰু গোপাল বৰ্মন আদি নেতা কৰ্মীও উপস্থিত থাকে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।