গোগামুখতো উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস

 01/26/2023 - 12:28
 
 
ধেমাজিঃ আজি ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখতো উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস। মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখত উদযাপন কৰা হয় গণতন্ত্ৰ দিৱস। ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনিল কুমাৰ পেগুৱে। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা মাষ্ট ফাষ্ট প্ৰদৰ্শন কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।