নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত গণৰাজ্য দিৱস উদযাপন

 01/26/2023 - 12:49
 
 
নাজিৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উদযাপন কৰা হয় গণৰাজ্য দিৱস। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি আয়ুসী জৈনে। অনুষ্ঠানত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া।প্ৰদৰ্শন কৰা কুচকাৱাজৰ সৈতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।