সুদীৰ্ঘ ৮৫ বছৰ পিছত কমলপুৰ হাইস্কুলত উদযাপন কৰা হ’ল সৰস্বতী পূজা

 01/26/2023 - 17:41
 
 
 
 
 
বাইহাটা চাৰিআলিঃ সমগ্ৰ ৰাজ্যজুৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেবী সৰস্বতী পূজা অনুষ্ঠিত কৰা হৈছে। কিন্তু কমলপুৰ সমষ্টিৰ এখন বিদ্যালয় হৈছে কমলপুৰ হাইস্কুল য’ত বিগত ৮৫ বছৰৰ পিছত পোন প্ৰথমবাৰৰ বাবে বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হল শ্ৰী শ্ৰী সৰস্বতী পূজাৰ। এই সৰস্বতী পূজাক লৈ ছাত্র-ছাত্ৰী শিক্ষক-শিক্ষয়ত্ৰীসকলৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ-উদ্দীপনা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।