বাক্সাৰ কাহিতামাত ৭৩ তম শ্ৰীশ্ৰী পঞ্চমী দৌল মহোৎসৱ উপলক্ষে সহস্ৰাধিক ভক্তৰ ভিৰ

 03/14/2023 - 12:07
 
 
 
 
প্ৰতিবছৰৰ দৰে এইবেলিও বাক্সাৰ কাহিতামাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় পঞ্চমী দৌল মহোৎসৱ৷ সেই উপলক্ষে অন্তিম দিনা পালন কৰা হয় পঞ্চমী সুৱেৰী উৎসৱ৷
সুৱেৰী উৎসৱ উপলক্ষে কাহিতামাৰ সমীপৰ নৰ্থ খাৰিজা বিজনী হাইস্কুল খেলপথাৰলৈ ফুৰাবলৈ নিয়া হয় গোসাই৷ য'ত প্ৰতি বছৰৰ দৰে এইবেলিও হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।