বি টি আৰৰ পৰ্বতঝোৰাৰ দেৱীতোলাত অনুষ্ঠিত হ’ব ইউ,পি,পি,এল দলৰ তৃতীয় বাৰ্ষিক অধিৱেশন

 03/16/2023 - 18:48
 
 
গৌৰীপুৰঃ কাইলৈ বি টি আৰৰ পৰ্বতঝোৰা ইউপিপিএল দলৰ উদ্যোগত দেৱীতোলাত অনুষ্টিত দলৰ তৃতীয় বাৰ্ষিক অধিবেশন৷ মুখ্য অতিথি হিছাপে উপস্থিত থাকিব বি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো,কাৰ্য্যবাহী সদস্য অকিল মুছাহাৰী,ৰঞ্জিত বসুমতাৰী,উইলছন হাছদা আদিকে ধৰি বহুকেইজন এম,ছি,এ আৰু কেন্দ্ৰীয় নেতা—কৰ্মী অংশগ্ৰহণ কৰিব বুলি দলীয় সুত্ৰে জানিবলৈ দিছে৷ আনহাতে দলীয় নেতা—কৰ্মীসকলে এনেদৰে পেণ্ডেল আৰু আন আন কাম সমূহ সজাইপৰাই তোলা পৰিলক্ষিত হৈছে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.