লক্ষীপুৰৰ শিমলাবাৰীত তিনিটা বাঘৰ পোৱালী উদ্ধাৰ

 03/16/2023 - 20:04
 
 
গোৱালপাৰাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শিমলাবাৰী গাঁৱৰ ৰসিদ সেখৰ ঘৰত উদ্ধাৰ হয় বাঘৰ পোৱালী তিনিটা। ওচৰতে বাঘ থকাৰ সন্দেহ ৰাইজৰ৷ অঞ্চলজুৰি আতংক। বাতৰি যুগুত কৰা লৈকে ঘটনাস্থলীত লক্ষীপুৰ বনবিভাগৰ লোক উপস্থিত হোৱা নাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.