ডুমডুমাৰ তালাপত এটা নাহৰফুটুকী বাঘ আঘাতপ্ৰাপ্ত

 03/19/2023 - 13:13
 
 
তালাপ খোবাং চাহ-বাগিচাত আঘাতপ্ৰাপ্ত নাহৰ ফুটুকী বাঘটো। কঁকাল ভাঙি পৰি ৰোৱাৰ সন্দেহ বাঘটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।