বৰভাগ কলেজত নলবাৰী Employment Exchange আৰু আই বি এম স্কিল বিল্ডৰ দ্বাৰা কেৰিয়াৰ সংক্ৰান্তীয় কৰ্মশালাৰ আয়োজন

 03/21/2023 - 12:23
 
 
 
 
বৰভাগ কলেজত সোমবাৰে ৰাতিপুৱা 11 বজাত দিনজোৰা কাৰ্য্যসূচীৰে নলবাৰী Employment Exchange আৰু আই বি এম স্কিল বিল্ডৰ দ্বাৰা কেৰিয়াৰ সংক্ৰান্তীয় এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালা খনত সহযোগ কৰে বৰভাগ মহাবিদ্যালয়ৰ IQAC য়ে। কৰ্মশালাখনত অংশগ্ৰহণ কৰে প্ৰায় 100 ছাত্ৰ-ছাত্ৰীয়ে। কৰ্মশালা খনত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি চৌধুৰীয়ে। কৰ্মশালা খনত বিশেষজ্ঞ ব্যক্তি হিচাবে উপস্থিত থাকে নলবাৰী জিলাৰ নিয়োগ বিষয়া। কর্মশালাখনত ভাষণ দিয়ে IBM স্কিল বিল্টৰ বিশেষজ্ঞ ব্যক্তিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।