কামৰূপৰ চমুখাত মন্ত্ৰী পীয়ূষ হাজৰিকা

 03/22/2023 - 14:36
 
 
বৰলীয়াৰ ভগ্ন মঠাউৰি নিৰ্মাণ কাৰ্য্যৰ পৰিদৰ্শনৰ বাবে আজি দিনৰ ভাগত উপস্থিত হয় মন্ত্ৰী গৰাকী৷ আজিৰ মন্ত্ৰী গৰাকীৰ লগত হাজো সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, বিজেপি ৰাজ্যিক কাৰ্য্যনিৰ্বাহ সদস্য ৰাতুল শৰ্মাৰ লগতে বিজেপিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তাসকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকলে সহযোগিতা কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।