গোৱালপাৰাৰ লক্ষীপুৰৰ বলাইখামাৰত মাছ মৰা প্ৰতিযোগিতা, প্ৰথম পুৰস্কাৰ ৬ লাখ টকা

 03/25/2023 - 17:49
 
 
 
বলাইখামাৰ হাচং হাইস্কুল কমিটিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা। আটাইতকৈ ডাঙৰ মাছ মৰা প্ৰতিযোগিয়ে লাভ কৰিব প্ৰথম পুৰস্কাৰ। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি হাজাৰ প্ৰতিযোগিয়ে অংশগ্রহণ কৰিছে এই মাছ মৰা প্ৰতিযোগিতাত। প্ৰথম পুৰস্কাৰ ৬ লাখ, দ্বিতীয় পুৰস্কাৰ ৪ লাখ, আৰু তৃতীয় পুৰস্কাৰ ৩ লাখ টকা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।