বাইহাটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি

 03/26/2023 - 12:57
 
বাইহাটাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিপুল আদৰণি। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ প্ৰায় ৫ হাজাৰ সমৰ্থকে আদৰণি জনাই মুখ্যমন্ত্ৰী গৰাকীক। ৰঙিয়াত কেবাটাও আঁচনিৰ উদ্বোধন কৰিবলৈ যোৱাৰ পথত এই বিপুল আদৰণি মুখ্যমন্ত্ৰী গৰাকীক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।