গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ কৰ্মশালা

 03/27/2023 - 12:53
 
 
 
ধেমাজিঃ অসমীয়া জাতি আয়ুশ ৰেখা হেপাহৰ ৰঙালী বিহু আহি পদুলী মুখত। গছেও মেলিছে ন কুহিঁপাত। অসমৰ গাঁও গাঁও এতিয়া ঢোলৰ গুম গোমনি গগনা থুৰিয়া গামখাৰু লৈ সাজু হৈছে নাচনি। সমান্তৰালভাৱে ১৫ দিনীয়া বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ মোহময়ী অভিনেত্ৰী শ্যামতিকা শৰ্মা আৰু DY বিহুৰাণী ফাইনেলিষ্ট্ৰ পল্লবী বড়াক প্ৰশিক্ষক হিচাপে লৈ ৭০০খ নাচনীক সাজু কৰিছে বিহুলৈ বুলি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.