নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগতেই ধুমুহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি

 03/28/2023 - 12:02
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াৰ বিভিন্ন অঞ্চলত ৰাতিপুৱাই ধুমুহাৰ লগতে প্ৰচণ্ড শিলাবৃষ্টি হয়। শিলা বৃষ্টিপাতৰ ফলত বিস্তৰ ক্ষতি সাধন হয় কৃষকসকলৰ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।